গৌৰীপুৰৰ পৰ্বতঝোৰাত উখলমাখল পৰিবেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷
ধৰ্মীয় খ্ৰীষ্টান ধৰ্মলম্ভী লোকসকলৰ মাজত এনেদৰে উখলমাখল পৰিবেশ দেখা গৈছে ৷
পৰ্বতঝোৰাৰ দেৱীতোলা , হাতীবান্ধা , দলমাখা , আমবাৰী আৰু ৰামশ্বৰবৰত পবিত্ৰ বৰদিনৰ উখলমাখল পৰিবেশ
আজি সন্দিয়াৰ ভাগৰ পৰাই বিভিন্ন ধৰনৰ নাচগান , নৃত্য আৰু পিতৃভোজ অনুষ্টিত হৱ বুলি আমাক জানিবলৈ দিছে ৷