অইন — অইন বছৰৰ দৰে এই বেলিও ভৰি পৰিছে মৌ মাখিৰে নামনি অসমৰ ধুবুৰী জিলাৰ বিভিন্ন প্ৰন্ত ৷
এয়ে হৈছে ধুবুৰী জিলাৰ গৌৰীপুৰৰ আশাৰীকান্দি গাওঁ পঞ্চায়তৰ ঘ্যাগেৰ আলগাত মৌ উৎপন্ন কৰাৰ দৃশ্য ৷
মৌ উৎপন্ন কৰা যুৱকসকলে পশ্চিমবংগ চৰকাৰৰ ফালৰ পৰা পোৱা নাই কোনো সহায় - সহযোগিতা এই অভিযোগ মৌ উৎপন্ন কৰা যুৱকসকলৰ ৷
পশ্চিমবংগ চৰকাৰৰ মুখ্যমন্ত্ৰী মমতা দিদিৰ ওচৰত বিচাৰিছে লোন ৷
উক্ত মৌ মাখিৰ মধু যায় বিভিন্ন ৰাজ্যলৈ ৷
এই মৌ মাখিৰ মধুৰ উৎপন্ন কৰা হয় বিভিন্ন ধৰনৰ ঔষধ ৷