গৰিয়া- মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি সাহনাৱাজ হুছেইনৰ আক্ৰমণক কেন্দ্ৰ কৰি বিলাসীপাৰাত চলিছে তীব্ৰ উত্তাল প্ৰতিবাদ

গৰিয়া- মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি সাহনাৱাজ হুছেইনৰ আক্ৰমণক কেন্দ্ৰ কৰি বিলাসীপাৰাত চলিছে তীব্ৰ উত্তাল প্ৰতিবাদ : ইতিমধ্যে এজন চিনাক্ত কৰাৰ বাতৰি আহি পৰিছে আমাৰ হাতত : আক্ৰমণৰ লগত জড়িত জহিৰুল ইছলাম নামৰ এগৰাকী যুৱক আছে বুলি বিশেষ সুএে জানিৱ পৰা গৈছে ৷

উক্ত ঘটনাক কেন্দ্ৰ কৰি নিন্দা জনাই উকিল সন্থা আৰু গৰিয়া - মৰিয়া জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদ চলিছে বিলাসীপাৰাত।

গৰিয়া - মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতিক আক্ৰমণ কৰাক কেন্দ্ৰ কৰি দুবৃত্তৰ বিৰুদ্ধে এই প্ৰতিবাদ ৷

পৰিষদৰ সভাপতি স্বাহ নাৱাজ হুছেইনক আক্ৰমণ তিনিজনীয়া দুবৃত্তৰ দলৰ ৷

পেষাত অধিবক্তা হুছেইনক বিলাসীপাৰা মহকুমা আদালতৰ সন্মুখত আক্ৰমণ দুবৃত্তৰ ৷

দুবৃত্তৰ আক্ৰমণত গুৰুতৰ ভাবে আহত হুছেইনক বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তিক কৰায় যদিও সংকটজনৰ বাবে ৷

তেওঁৰ শাৰিৰীক অধিক অৱনতিৰ বাবে গুৱাহাটী লৈ প্ৰেৰণ ৷

দুবৃত্তৰ দলৰ জহিৰুল হক বুলি এজনক চিনাক্ত ৷

আক্ৰমণৰ পিছতে পলায়ন কৰে দুবৃত্তৰ দলটো। 

দোষীক কৰায়ত্বৰ দাবীত বিলাসীপাৰা মহকুমা আদালতৰ সম্মুখত উকিল সন্থা আৰু গৰিয়া - মৰিয়া জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদ ।

Post a Comment

Previous Post Next Post