নামনী অসমৰ ধুবুৰী জিলাত বন মাফিয়াৰ বিৰুদ্ধে অভিযান গুৱাহাটীৰ পৰা অহা বিশেষ দলৰ


আজি বনমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ নিৰ্দেশত গুৱাহাটীৰ পৰা অহা বন বিভাগৰ এটা বিশেষ দলে নামনী অসমৰ ধুবুৰী জিলাত উপস্থিত হৈ জিলা আৰু আঞ্চলিক বন বিষয়াক লগত লৈ কেইবাটাও অঞ্চলত অভিযান চলাই।উক্ত অভিযানত গৌৰীপুৰৰ লালকুৰা,বেগুতুলি,খোৰাঘাটৰ চম্পাৱতী, গৌৰাং নদী আদিৰ পৰা কাঠৰ কুণ্ডা,বালি ভৰ্ত্তি নাওঁ ,অবৈধ মাটি খনন কৰা গাড়ী ,বালি আৰু শিল ভৰ্ত্তি অভাৰ লোড ট্ৰাক,ট্ৰেক্টৰ,নাওঁ আদি জব্দ কৰিবলৈ সক্ষম হয় ।

Post a Comment

Previous Post Next Post