চিকিমৰ জল-প্ৰলয়ত সন্ধানহীন সেনা জোৱান মিতু কলিতাৰ মৃতদেহ উদ্ধাৰ


উদ্ধাৰ কৰা হৈছে সেনা জোৱান মিতু কলিতাৰ মৃতদেহ ।
জলপাইগুৰিত কনিষ্ঠ ভাতৃয়ে চিনাক্ত কৰে শ্বহীদ মিটু কলিতাৰ মৃতদেহ।
চিকিমৰ জল-প্ৰলয়ত সন্ধানহীন হৈ আছিল সেনা জোৱান মিতু কলিতা৷ প্ৰলয়ংকাৰী জল-প্ৰলয়ত ভাৰতীয় সেনাৰ ২৩ জনকৈ জোৱান সন্ধানহীন হৈছিল। আজি উদ্ধাৰ কৰা হয় মিটু কলিতা সহ আন আঠ জন জোৱানৰ মৃতদেহ।

শ্বহীদ মিতু কলিতাৰ ঘৰ বাক্সা জিলাৰ আনন্দবজাৰ  হাটখোলাত আৰু সেনা জোৱানজনে সৰুৰে পৰা ভৱানীপুৰৰ টাপাত শিক্ষা গ্ৰহণ কৰিছিল ৷

সৰুৰে পৰা পঢ়া শুনাত অত্যন্ত মেধাবী আৰু অমায়িক আছিল শ্বহীদ মিটু কলিতা ৷

Post a Comment

Previous Post Next Post