ৰাজ্য চৰকাৰৰ বিভিন্ন শিতানত নতুন মাচুল নিৰিখ ঘোষণা

ৰাজ্য চৰকাৰে বিভিন্ন শিতানত নতুন মাচুল নিৰিখ ঘোষণা কৰিছে। 
🔴ভাড়াঘৰ আৰু PGৰ ভেৰিফিকেশ্যনৰ বাবে ৩০০ টকাৰ মাচুল

🔴ঘৰৰ বনকৰা লোকৰ ভেৰিফিকেশ্যনৰ বাবে ৩০০ টকাৰ মাচুল

🔴সাংস্কৃতিক সমদল, অনুষ্ঠান, বিহু, অনুষ্ঠান আদিৰ অনুমতিৰ বাবে ৩০০ টকা

🔴ৰাজনৈতিক ৰেলী, অনুষ্ঠান আৰু সভাৰ অনুমতিৰ বাবে ২০০০ টকা

🔴বাণিজ্যিক নিৰ্মাণৰ অনুমতিৰ বাবে গুৱাহাটীত ৫০ হাজাৰ টকাৰ মাচুল

🔴ৰাজ্যৰ আন প্ৰান্তত ২৫ হাজাৰ টকাৰ মাচুল 

🔴পেট্র'ল পাম্প আৰু গেছ এজেন্সীৰ অনুমতিৰ বাবে ১০ হাজাৰ টকা

🔴সকলো ধৰণৰ খেল-ধেমালিৰ অনুষ্ঠানৰ অনুমতিৰ বাবে ২০০০ টকা বাটৰ নাট, সজাগতা ৰেলী, অনুষ্ঠানৰ অনুমতিৰ বাবে ৫০০ টকা

🔴বাণিজ্য মেলা, খাদ্য মেলা, এক্সপ', আদিৰ অনুমতিৰ বাবে ৫০০০ টকা

🔴প্রাইভেট এমপ্লয়মেন্টণ্ট ভেৰিফিকেশ্যনৰ বাবে ৩০০ টকাৰ মাচুল

Post a Comment

Previous Post Next Post