মক্কাত পদপিষ্ট হৈ অসমৰ ৩গৰাকী হজযাত্ৰীৰ মৃত্যু।

মক্কাত পদপিষ্ট হৈ অসমৰ তিনিগৰাকী হজযাত্ৰীৰ মৃত্যু হয়। দেওবাৰে মক্কাৰ মিনাত সংঘটিত হয় এই শোকাৱহ ঘটনা। নিহত কাছাৰৰ বৰখলাৰ মৌলানা ছঈফ উদ্দিন বৰভূঞা, হাইলাকান্দিৰ চান্দপুৰৰ ছালেহা বেগম বৰভূঞা, বৰপেটাৰ জৰিনা বেগম। বৰ্তমান ছৌদি আৰৱৰ স্থানীয় হাস্পতালৰ মৰ্গত ৰখা হৈছে তিনিওজন হজযাত্ৰীৰ মৃতদেহ।

Post a Comment

Previous Post Next Post